Narayanpur Asomi Mahila FPC

Narayanpur Asomi Mahila FPC কৃষকৰ উন্নয়নৰ দিশত এখোজ..

Happy Independence Day 2026
15/08/2026

Happy Independence Day 2026

যি সকলে Accountant পদৰ বাবে আবেদন কৰিছিল, তেওঁলোকক অহা কালি লৈ হব লগা interview ত অৱতীৰ্ণ হব বাবে জনোৱা হল।
06/08/2026

যি সকলে Accountant পদৰ বাবে আবেদন কৰিছিল, তেওঁলোকক অহা কালি লৈ হব লগা interview ত অৱতীৰ্ণ হব বাবে জনোৱা হল।

14/07/2026
06/06/2026
04/06/2026

।অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ৰ অধীনত 10k FPO Scheame ৰ জৰিয়তে নাৰায়ণপুৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত সমূহ কৃষকক উন্নয়নৰ দিশে আগুৱাই নিয়াৰ উদ্দেশ্যেৰে গঠন কৰা Narayanpur Asomi Mahila FPC যে মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাত নিৰ্বাচিত হৈ বৰ্তমান কাঠফুলা খেতি কৰিবলৈ প্ৰয়াস কৰিছে। বৰ্তমান সময়লৈকে উক্ত আঁচনিৰ জৰিয়তে FPC টোৱে লাভ কৰা ধন 12,00,000 টকাৰে ঘৰ পুনৰ নিৰ্মাণ (Repairing), মেচিন ক্ৰয়, বিদ্যুৎ সংযোগৰ বাবে স্থানীয় Vendor ৰ প্ৰয়োজন হৈছে। গতিকে, ইচ্ছুক vendor সকলক Narayanpur Asomi Mahila FPCL ৰ বিষয় ববীয়া লগত যোগাযোগ কৰি অহা 10/06/2026 তাৰিখৰ ভিতৰত উল্লেখিত email [email protected] ৰ আপোনালোক ৰ Quatation সমূহ প্ৰেৰণ কৰিবৰ বাবে জনোৱা হল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি নিম্নতম তিনিখন Qutation ৰ ভিতৰত এখন Qutation নিৰ্বাচন কৰি 10/06/26 তাৰিখৰ পিছত এখন সভাই আয়োজন কৰি সভাৰ সিদ্ধান্ত মৰ্মে কাম সমূহ আগুৱাই নিয়া হব।

Address

Naryanpur Devlopment Block Road
North Lakhimpur
784164

Website

Alerts

Be the first to know and let us send you an email when Narayanpur Asomi Mahila FPC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share