Mudoi Automobile & tyre work shop

Mudoi Automobile & tyre work shop Bike Reparing and parts

15/12/2025

আমাৰ প্ৰতিষ্ঠানৰ প্ৰিয় গ্ৰাহক সকলক আগতিয়াকৈ জনাব বিচাৰোঁ যে কালিলৈ ইংঃ ১৬ ডিচেম্বৰ ২০২৫ তাৰিখে আমাৰ প্ৰতিষ্ঠান সম্পূৰ্ণ দিনটোৰ বাবে বন্ধ থাকিব।

MUDOI AUTOMOBILE & TYRE WORK SHOP ৰ পৰা ৰাইজৰ সুবিধা হোৱাকৈ অহা ১০ নবেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পথতে হওঁক বা ঘৰতে ...
02/11/2025

MUDOI AUTOMOBILE & TYRE WORK SHOP ৰ পৰা ৰাইজৰ সুবিধা হোৱাকৈ অহা ১০ নবেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পথতে হওঁক বা ঘৰতে হওঁক অতি জৰুৰী অৱস্থাত বাইক, স্কুটিৰ (Tubetype and Tubeless) আৰু সৰু গাড়ীৰ (Tubeless) টায়াৰ মেৰামতি লগতে বাইক, স্কুটিৰ সাধাৰণ মেৰামতি কাৰনে সমস্যাত ভুগি থকা সকলক কম সময়ৰ ভিতৰতে আমি মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰিম।
ইয়াৰ উপৰিও বেছি মেৰামতিৰ প্ৰয়োজন হ'লে আমাৰ ৰ্ৱক চ'পলৈ লৈ অনাৰো সুবিধা কৰি দিয়া হ'ব।
সময়ঃ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ। আমাৰ প্ৰতিষ্ঠানৰ পৰা ৩ কিঃমিঃ দূৰত্বৰ ভিতৰৰ বাবেহে এই বিশেষ সুবিধা থাকিব।
যোগাযোগ বাবে ঃ Mudoi Automobile & Tyre work shop
৯৩৬৫০৪৯১৬৬,৮৪৮৬৬৭৪৭৯৭
জৰাবাৰী চাৰিআলি,১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত, লক্ষীমপুৰ,অসম।

22/10/2025

ইংৰাজী ২৩ অক্টোবৰ ২০২৫ বৃহস্পতি বাৰে বিশেষ কাৰণত দুপৰীয়া ২ বজালৈকে দোকান বন্ধ ৰখা হ'ব।

20/09/2025
20/09/2025

হঠাতে অহা দু-খবৰটোৱে অসমীয়া সমাজ জীৱন স্থবিৰ কৰি তুলিছে, সেয়ে
জুবিন দাৰ মৃত্যুত শ্ৰদ্ধা নিবেদি জৰাবাৰী চাৰিআলিৰ ব্যৱসায় সন্থাৰ যি পুৱা ৬বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে দোকান সমুহ বন্ধ ৰখা কাৰ্যসূচী লয় তাৰ লগতে সংগতি ৰাখি সন্ধিয়া ৬ বজাৰ লৈকে আমাৰ একমাত্ৰ প্ৰতিষ্ঠান MUDOI AUTOMOBILE AND TYRE WORK SHOP বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহন কৰো।

17/09/2025

কালিলৈ ১৮ চেপ্তেম্বৰ তাৰিখে আমাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব।
(MUDOI AUTOMOBILE AND TYRE WORK SHOP
Jarabari chariali)

শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবা আৰ্শীবাদ বিচাৰি....
17/09/2025

শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবা আৰ্শীবাদ বিচাৰি....

15/07/2025

বিশেষ জৰুৰী অসুবিধাৰ বাবে কালিলৈ ১৬ জুলাই, বুধবাৰে আমাৰ প্ৰতিষ্ঠান বন্ধ থাকিব।
MUDOI AUTOMOBILE
Jarabari chariali

20/06/2025

প্ৰিয় গ্ৰাহক সকল আজি শুক্ৰবাৰ ইংৰাজী ২০ জুন ,বিশেষ কাৰণ বষত আমাৰ প্ৰতিষ্ঠান দিনটোৰ বাবে বন্ধ হৈ থাকিব।

14/05/2025

আজি বৃহস্পতি বাৰ ইং: ১৫ মে' তাৰিখে আমাৰ ৱৰ্ক চ'প পূৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজাৰ লৈকে হে খোলা থাকিব।

Address

North Lakhimpur
784164

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+918486674797

Alerts

Be the first to know and let us send you an email when Mudoi Automobile & tyre work shop posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share