ITI, Mangaldai, Darrang

ITI, Mangaldai, Darrang ITI Mangaldai

04/12/2025

*জাননী*

ইয়াৰ দ্বাৰা *দৰং জিলাৰ লগতে দাঁতিকাষৰীয়া অঞ্চল* ৰ সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে মঙ্গলদৈস্থিত *আই.টি.আই. (ITI Mangaldai)* ত *অসম চৰকাৰৰ Assam Skill Development Mission* ৰ অধীনত দুটাকৈ বিনামূলীয়া পাঠ্যক্ৰম প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । পাঠ্যক্ৰমকেইটা হৈছে
*1. Mushroom Grower(কাঠফুলা)* - *(10th Passed)*
*2. Beekeeper(মৌপালন)* - *(8th Passed)*
ইচ্ছুক অৰ্হতাসম্পন্ন যুৱক যুৱতীসকলে তলত উল্লেখিত নথিপত্ৰসমূহ আই.টি.আই. ত *05-12-2025 তাৰিখ* ৰ আগত জমা দিবলৈ অনুৰোধ জনালো ।
* লাগতিয়াল নথিপত্ৰসমূহ-
1. Adhar Card
2. PAN Card
3. Passport Photo 2 copies
4. Qualification Certificate
5. Caste Certificate(if available)
6. Bank Passbook

* বিশেষ সুবিধাসমূহ-
1. চৰকাৰী প্ৰমাণ-পত্ৰ প্ৰদান ।
2. অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ ।
3. Personality Development Training

যোগাযোগৰ ঠিকনা -
আই.টি.আই., মংগলদৈ, প্ৰফুল্লনগৰ
ফোন নম্বৰ : 6000926924

Industry Visit ReportDate: 29th November 2025Location: North East Nutrients Pvt. Ltd.Participants: Mangaldai ITI Student...
29/11/2025

Industry Visit Report
Date: 29th November 2025
Location: North East Nutrients Pvt. Ltd.
Participants: Mangaldai ITI Students
Today, students from Mangaldai ITI visited North East Nutrients Pvt. Ltd. for an industry exposure visit. The visit provided valuable insights into the company's operations, manufacturing processes, and industry practices.

Highlights:
- Tour of the manufacturing facility
- Interaction with industry experts
- Overview of production processes and quality control measures

Key Takeaways:
- Hands-on experience with industry equipment
- Understanding of industry expectations and requirements
- Networking opportunities with professionals

We thank the management and staff of North East Nutrients Pvt. Ltd. for hosting us and providing a enriching experience.

Zubeen দা বিহীন প্ৰথটো জন্মদিনত নাহৰ গছৰ পুলি কেইটামান আমাৰ আই.টি.আই. চৌহদত ৰোপণ কৰিলো । পুলি কেইটা সযতনে ৰাখিবলৈ চেষ্টা...
18/11/2025

Zubeen দা বিহীন প্ৰথটো জন্মদিনত নাহৰ গছৰ পুলি কেইটামান আমাৰ আই.টি.আই. চৌহদত ৰোপণ কৰিলো । পুলি কেইটা সযতনে ৰাখিবলৈ চেষ্টাৰ কৰিম ।

Spot Admission চলি আছে -
02/11/2025

Spot Admission চলি আছে -

Admission চলি আছে
02/11/2025

Admission চলি আছে

নামভৰ্ত্তিকৰণ চলি আছে
02/11/2025

নামভৰ্ত্তিকৰণ চলি আছে

নামভৰ্ত্তিকৰণ চলি আছে
02/11/2025

নামভৰ্ত্তিকৰণ চলি আছে

Spot Admission চলি আছে -
02/11/2025

Spot Admission চলি আছে -

02/11/2025

নামভৰ্ত্তিৰ বাবে যোগাযোগ কৰক -
পাঠ্যক্ৰম সমূহ
* Fitter 2 Years
* Electrician 2 Years
* Mechanic Diesel 1 Year
* Stenography 1 Year
* COPA (Computer) 1 Year
6th November 2025 ৰ ভিতৰত যোগাযোগ কৰক !!!!!

মংগলদৈ আই.টি.আই ৰ Session 2023, 2024 - 25 লৈ চলি থকা কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ ফটোগ্ৰাফ
19/10/2025

মংগলদৈ আই.টি.আই ৰ Session 2023, 2024 - 25 লৈ চলি থকা কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীৰ ফটোগ্ৰাফ

মংগলদৈ আই.টি.আই. ত SPOT ADMISSION চলি আছে ..…
27/09/2025

মংগলদৈ আই.টি.আই. ত SPOT ADMISSION চলি আছে ..…

07/09/2025

খালী হৈ থকা আসনসমূহ Offline যোগে পূৰণ কৰি থকা গৈছে ।

Address

Gerimari, Prafullanagar(Near Maharshi Vidyamandir)
Mangaldai
784125

Telephone

+916000926924

Website

Alerts

Be the first to know and let us send you an email when ITI, Mangaldai, Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share