22/09/2023
আপোনাৰ সপোনৰ ঘৰখন বনাবৰ বাবে আমাৰ লগত যোগাযোগ কৰক। সকলো কামৰ দ্বায়িত্ব লোৱা লগতে সময়মতে কাম সম্পূর্ণ কৰা হ'ব। ( Agreement only for New Work)
Price- 150/sqft for RCC, Slab Dhalai ( including foundation, soil work extra)
Engineer & Architect cost extra নতুবা আপোনি নিজে বনোৱাব পাৰে।
এই কেইদিনত ৰদৰ দাম কমিছে 16 mm বা ৫ চোটা ৰদ অলপ কিনি ৰাখিলে পাছত অলপ সুবিধা হ'ব।
বহুতে কিমান খৰচ হয় জানিব বিচাৰে ১২ লাখত আমি ১৫০০ sqft উলিয়াই দিম।
MS Saikia Civil contractor and suppliers. ( license holder)
All the above conditions are applicable for Golaghat within 10-15 km from the city.
Let's Talk no charges for consultation.
070025 16350