22/05/2026
শিৱসাগৰত অতি সোনকালে খোলিবলৈ গৈ আছে একমাত্ৰ ভরসাযোগ্য মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট — "T Mobile World Institute" 🛠️✨
আপুনি ম’বাইল ৰিপেয়াৰিং শিকি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব বিচাৰে নেকি? এতিয়া আৰু বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই! সম্পূৰ্ণ ২০ বছৰীয়া বিশাল অভিজ্ঞতাৰ সৈতে আমি লৈ আনিছোঁ অসমৰ যুৱক-যুৱতীসকলৰ বাবে স্বাৱলম্বী হোৱাৰ এক সোণালী সুযোগ। 🚀
আমাৰ পাঠ্যক্ৰমৰ মূল বৈশিষ্ট্যসমূহ:
✅ Advanced Chip-Level Servicing
✅ Micro-soldering আৰু IC Reballing
✅ Latest Software Flashing আৰু Unlocking
✅ ১০০% প্ৰেক্টিকেল ক্লাছ (100% Practical Classes)
💡 চিট সীমিত! যিসকল আগ্ৰহী ছাত্ৰ বা যুৱক আমাৰ সৈতে সংযোগ কৰিব বিচাৰে, পলম নকৰি আজিয়েই যোগাযোগ কৰক।
📞 যোগাযোগৰ নম্বৰ: +91 7002022048
📍 স্থান: শিৱসাগৰ (Sivasagar, Assam)