I like Dr. H B SARMA

  • Home
  • I like Dr. H B SARMA

I like Dr. H B SARMA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from I like Dr. H B SARMA, .

12/02/2025

২০২৬ চনত অসমত বি জে পি চৰকাৰ হব না কংগ্ৰেছ দলৰ চৰকাৰ হব ❓

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান পোৱা ধৃতিৰাজে IISER ত পঢ়িব বুলি ক'লে।  সাংবাদিক গৰাকীয়ে পুনৰাই এই প্ৰতিষ্ঠানট...
28/06/2022

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান পোৱা ধৃতিৰাজে IISER ত পঢ়িব বুলি ক'লে। সাংবাদিক গৰাকীয়ে পুনৰাই এই প্ৰতিষ্ঠানটোৰ বিষয়ে একো নুসুধিলে। সোধাহেতেন ভাল আছিল। এই প্ৰতিষ্ঠান কেইটাৰ বিষয়ে আমাৰ যিসকল ছাত্ৰ-ছাত্ৰী তথা অভিভাবক জ্ঞাত নহয় তেওঁলোকে গম পালেহেতেন। Engineering, Medical Sciences আৰু Technology ৰ বাহিৰেও Basic Science পঢ়িও যে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি সেয়া আমাৰ বহুতৰে জ্ঞাত নহয়। ভাৰতৰ সাতখন চহৰত(ক'লকাতা, পুনে, মোহালি, ভূপাল, তিৰুপতি, বঢ়মপুৰ, থিৰুঅনন্তপুৰম) Indian Institute of Science Education and Research (IISER) স্থাপন কৰা হৈছে Undergraduate পৰ্যায়ত Basic Science ৰ শিক্ষা আৰু গৱেষণা দুয়োটাতে উৎকৰ্ষ সাধনৰ উদ্দেশ্যে। যিসকল ছাত্ৰ-ছাত্ৰীৰ বুনিয়াদী বিজ্ঞান আৰু গৱেষণাৰ প্ৰতি আগ্ৰহ আছে তেওঁলোকৰ বাবে Indian Institute of Science, Bangalore ৰ পাচতে এইকেইখন অতি উত্তম প্ৰতিষ্ঠান। একেধৰণৰ অইন এখন প্ৰতিষ্ঠান হ'ল ভূৱনেশ্বৰস্থিত National Institute of Science Education and Research (NISER)
ধৃতিৰাজে এটা পৰীক্ষাৰ কথাও উল্লেখ কৰিছে যিটো পৰীক্ষাত সফল হোৱা বাবে তেওঁ IISER ত নামভৰ্তি কৰিব পাৰিব । পৰীক্ষাটো হ'ল KVPY অৰ্থাৎ Kishor Vaigyanik Protsahan Yojana পৰীক্ষা।
IISER ত নামভৰ্তি কৰাৰ তিনিটা পথ আছে:

(১) Kishore Vaigyanik Protsahan Yojana (KVPY)
(২) Joint Entrance Examination (JEE-Advanced) of the Indian Institutes of Technology
(৩)State and Central Boards Channel (SCB)
তৃতীয়টো পথেৰে যাব লাগিলে IISER বিলাকে অনুষ্ঠিত কৰা IISER Aptitude Test(IAT) ত অৱৰ্তীন হ'ব লাগিব। IIT- JEE Advanced ৰে যাব লাগিলে All India Rank 15000 ৰ ভিতৰত থাকিব লাগিব।

মূল পোষ্ট - সঞ্জীৱ দেউৰী
(পোষ্টটো শ্বেয়াৰ কৰি সকলোকে জানিবলৈ সুবিধা দিয়ক)

26/06/2022

forsage কি?Forsage বিশ্বৰ এটা ধাৰণা যিটো এটা বিকেন্দ্ৰীকৃত ব্যৱসায় আৰু ব্লকচেইন স্মাৰ্ট চুক্তি প্ৰযুক্তিৰ জৰিয়তে চলোৱা। Forsage এটা100% সঞ্চয় আৰু সুৰক্ষিত উপাৰ্জন প্লেটফৰ্ম কোনো doubt.for অধিক তথ্যৰ বাবে Google search forsage কি? বা YouTube search forsage সম্পূৰ্ণ ব্যৱসায়িক পৰিকল্পনা বা মোৰ সৈতে যোগাযোগ কৰক 6000388847

25/05/2022

নমস্কাৰ/ছালাম গ্ৰহণ কৰিব💓যাৰ যিমানেই নাথাকক কিয় আমাৰ প্ৰতিজন মানুহৰে জীৱনত টকা লাগে কিন্তু টকা উপাৰ্জনৰ পথটোও সৎ আৰু শুদ্ধ হব লাগে।কিন্তু আমাৰ সমাজত এনে কিছু ব্যক্তিৰ দ্ধাৰা কিছুমান ব্যৱসায় আৰম্ভ কৰা যায় যে সি কিছুদূৰ আগবঢ়াৰ পিছত গম পোৱা যায় সেইটো এটা কৰিব পৰা ব্যৱসায় নহয়।গতিকে আমাৰ প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য হল আমাক প্ৰথমে কোনোবাই ব্যৱসায় সম্পৰ্কে ধাৰণা দিয়া বিষয়বস্তুৰ ওপৰত অধ্যয়ন কৰি সেইটো আৰম্ভ কৰা।সেইয়া নকৰি আমি ধাৰণা দিয়া মানুহজনৰ কথাত বিশ্বাস কৰি আৰম্ভ কৰোঁ।এই যে আমাৰ কুসংস্কাৰ ইয়াৰ পৰিৱৰ্তন নকৰিলে আমি বাৰে বাৰে ইয়াৰ শিকাৰ হব লাগিব।গতিকে মোৰ অনুৰোধ অসম তথা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ ওচৰত যে আমাৰ প্ৰত্যেকৰে নিজস্ব ব্যক্তিসত্যা আৰু বুদ্ধিমত্ত্বাৰে বিষয়টো ভালদৰে মনযোগেৰে অধ্যয়ন কৰি আৰম্ভ কৰিব।সি যি ব্যৱসায়েই নহওক কিয়।মই তলত দিয়া বিষটো নিজৰ ব্যস্ততা পূৰ্ণ জীৱনৰ পৰা অলপ সময় উলিয়াই ভালদৰে অধ্যয়ন কৰি ভাল লাগিলে কল এটা কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ। call and WhatsApp 6000388847
It's self my commitment it's a life changing platform.for more information 👉 Google search forsage.io or YouTube👉 forsage full business plan

06/05/2022
19/11/2021

ৰাইজ আমাৰ মুখ্য মন্ত্ৰীৰ কাম কাজবোৰ ভালে কৰি আছে নে?

10/05/2021

" মই তাক 22 বছৰ বয়সৰ পৰা পাইছো ৷ বিয়াৰ সময়ত যেতিয়া সুধিছিলো মা'ক তুমি কি কৰা বুলি কম ৷ কৈছিলে CM হম বুলি কবা ৷ এবাৰ মই থত মত খাই তেঁওলৈ চাইছিলো ৷ 22 বছৰীয়া লৰা এটাই এইটো কি কথা কৈছে ? - ৰিনিকী ভূঞা শৰ্মা "

এসাৰ কথা আছে যেতিয়া কোনো বস্তু অন্তৰৰ পৰা বিচৰা যায় ভগৱানেও পোৱাত সহায় কৰে ৷ তেঁওৰ লক্ষ্য স্থিৰ আছিল ৷ তেঁও সপোনটো ইমান ডেডিকেচন দি দেখিছিল যে আজি সফল হল ৷ যেতিয়া তেঁওৰ ওচৰত একো নাছিল তেতিয়াও তেখেত লগত আছিল ৷ আৰু তেঁওৰ সপোনটোক দিঠক কৰাত উৎসাহ দিছিল সহায় কৰিছিল ৷ প্ৰেম কি হয়তো বহুতে উত্তৰ বিচাৰি ফুৰে ৷ মই আবেগিক ৰিনিকী ভূঞা শৰ্মা গৰাকীৰ মাজত সেই উত্তৰটো বিচাৰি পালো ৷৷৷৷ ❤
©নীলোৎপল নীল বড়া

04/12/2020

BTAD ত এইবাৰ BJP চৰকাৰ

14/09/2020

শ্ৰদ্ধাৰ ৰাইজ অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী কাক বিচাৰে

অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা কৰিলোঁ।
14/06/2020

অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা কৰিলোঁ।

13/06/2020

Please forward it

11/06/2020

Address


Alerts

Be the first to know and let us send you an email when I like Dr. H B SARMA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to I like Dr. H B SARMA:

  • Want your business to be the top-listed Equipment Service?

Share